ভৰিৰ তলুৱাৰ পৰা Bharibo Taluar Pora অসমীয়া গীত (Assamese Song) কথাছবি: ধৰ্মকাই (1977) কথা: ড. ভূপেন হাজৰিকা সংগীত: জয়ন্ত হাজৰিকা কণ্ঠ: জয়ন্ত হাজৰিকা ভৰিৰ তলুৱাৰ পৰা ভৰিৰ তলুৱাৰ পৰা যদি ধৰাখন খহি পৰা যেন লাগে তিল তিল কৈ যদি নিজৰেই ঘৰখন কাৰোবাৰ দোষতে ভাগে পুনৰ গঢ়িবা তুমিহে বান্ধ’ পুনৰ গঢ়িবা তুমি। যদি পৰিয়ালে তোমাক সঙ্গ এৰে তুমি অকলশৰীয়া হোৱা যদি …
Read More »অসমীয়া গীত
আরে চল গরি, লে যাব তোকে | Are Chol Gori Le Jabo Toke | Come fair lady,I’ll take you | Key Lyrics
আরে চল গরি,লে যাব তোকেAre Chol Gori Le Jabo TokeCome fair lady,I’ll take youএ্যালবাম: আরে চল গরিনাগপুরি গান,আসামকন্ঠ: কৃষ্ণামণি চুতিয়া আরে চল গরি,লে যাব তোকে মোর গাঁও।।। পাহাড়ে কিনারে মোর গাঁও গরি, হারি হারি চায়েকে বাগান। মাকে শোনাব,বাবাকে বোঝাবো, লে যাব তকে মোর গাঁও,গাঁও,গাঁও। আরে চল গরি,লে যাব তোকে মোর গাঁও। চল গরি লে যাব তোকে মোর গাঁও,ও গরি রে। …
Read More »গংগা মোৰ মা – Ganga Mor Ma | Song Lyrics
গংগা মোৰ মাGanga Mor Maঅসমিয়া গান (औशोमिया Assamese)কথা: শিৱদাস বন্দোপধ্যায় সুৰ আৰু কন্ঠ: ড. ভূপেন হাজৰিকা [গংগা মোৰ মা পদ্মা মোৰ মা মোৰ চকুলোৰে দুটি ধাৰা মেঘনা যমুনা]-২ একে আকাশ একে বতাহ দুই কলিজাত একে উশাহ [দুটি চৰাইৰ দুটি মাতত]-২ একেই মুৰ্ছনা একেই মুৰ্ছনা অ’মোৰ চকুৰোৰে দুটি ধাৰা মেঘনা যমুনা। ইপাৰ সিপাৰ কোন পাৰে নেজানো মই চৌদিশতে আছো লুইততে নাও …
Read More »মোৰ বুকুত এজোপা গোলাপ | Mor Bukut Ajopa Golap – Lyrics
মোৰ বুকুত এজোপা গোলাপ Mor Bukut Ajopa Golapঅসমীয়া গানগীতিকাৰ-হীৰেণ ভট্টাচাৰ্য্যকণ্ঠ-শ্ৰেয়া ঘোষাল মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে কোনে ৰুলে এন্ধাৰে-এন্ধাৰে এন্ধাৰে-এন্ধাৰে এটি জোনাকী উৰি আহি মোৰ বুকুত শুলে। তোমাৰ কথা ভাবিলে আকাশত নিৰলে এটি তৰা ফুল ফুলে এটি তৰা ফুল ফুলে এন্ধাৰে-এন্ধাৰে এন্ধাৰে-এন্ধাৰে। মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে কোনে ৰুলে মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে কোনে ৰুলে তেজত …
Read More »অপৰূপা অপৰূপা || অসমীয়া গীত
অপৰূপা অপৰূপাঅসমীয়া গীতছবি : অপৰূপা (১৯৮২)সংগীত : ড° ভূপেন হাজাৰিকাকন্ঠ : ঊষা মঙ্গেশকাৰ অপৰূপা ! অপৰূপা !অসীমৰ নীল নভত।।তুমি এক বিন্দু অনন্ত।অপৰূপা !তুমি মুক্তা,তুমি মুক্তাঅনুভৱ জানো তুমি কৰা নাই !অপৰূপা ! অপৰূপা ! মকৰা জালৰ ভাঙিলা সজাপাতলালাঁ তুমি দুখৰ বোজাপলাতকা হৈ এতিয়া কিয়নো।।বিহঙ্গ হ’ব খোজা।।মাটিৰ মধু জানো দেখা নাই।অপৰূপা ! অপৰূপা ! তোমাৰ হাতৰ মুঠিতে আছে,তোমাৰ জীৱন ৰথ।।ভাঙিব পাৰাঁ,গঢ়িব পাৰাঁ।।তোমাৰেই …
Read More »