ভৰিৰ তলুৱাৰ পৰা | Bharibo Taluar Pora | অসমীয়া গীত | Assamese Song
ভৰিৰ তলুৱাৰ পৰা Bharibo Taluar Pora অসমীয়া গীত (Assamese Song) কথাছবি: ধৰ্মকাই (1977) কথা: ড. ভূপেন হাজৰিকা সংগীত: জয়ন্ত হাজৰিকা কণ্ঠ: জয়ন্ত হাজৰিকা ভৰিৰ তলুৱাৰ পৰা ভৰিৰ তলুৱাৰ পৰা যদি ধৰাখন খহি পৰা যেন লাগে তিল তিল কৈ যদি নিজৰেই ঘৰখন কাৰোবাৰ দোষতে ভাগে পুনৰ গঢ়িবা তুমিহে বান্ধ’ পুনৰ গঢ়িবা … Read more